প্ৰেম এক
স্বৰ্গীয় সুখ,
ক'ত কেতিয়া
প্ৰেম হৈ যায়
কোনেও কব নোৱাৰে।
সকলো সৃষ্টিৰ
আৰঁত প্ৰেম,
সকলো ধ্বংসৰ
আৰঁত প্ৰেম।
প্ৰেমেই মানুহক
জীয়াই থকাৰ
অনুপ্ৰেৰণা দিয়ে।
প্ৰেমেই জীৱনত অহা
প্ৰতিটো ঘাত-প্ৰতিঘাত নেওচি,
জীৱন যুঁজত
আগবাঢ়িবলৈ শিকাই দিয়ে।
******
প্ৰেম এক
স্বৰ্গীয় সুখ,
ক'ত কেতিয়া
প্ৰেম হৈ যায়
কোনেও কব নোৱাৰে।
সকলো সৃষ্টিৰ
আৰঁত প্ৰেম,
সকলো ধ্বংসৰ
আৰঁত প্ৰেম।
প্ৰেমেই মানুহক
জীয়াই থকাৰ
অনুপ্ৰেৰণা দিয়ে।
প্ৰেমেই জীৱনত অহা
প্ৰতিটো ঘাত-প্ৰতিঘাত নেওচি,
জীৱন যুঁজত
আগবাঢ়িবলৈ শিকাই দিয়ে।
******